নীলাভ নৈ নিজান ঘাট
এটি ঠিকনা হৃদয়ৰ আশা-নিৰাশা আৰু এটা জীৱনৰ হাঁহি - কান্দোনৰ।
Friday, 8 December 2023
কাঁচিয়লি যৌৱন
অনুভৱৰ কোমল ৰ'দালিত
হিয়াৰ অপূৰ্ণ আশাৰ দোলনি,
মৌন ওঠৰ ওমাল পৰশত,
কাঁচিয়লি যৌৱনৰ ফেঁহুজালি!
@নীল_প্ৰজাপতি
Newer Posts
Older Posts
Home
Subscribe to:
Comments (Atom)