নীলাভ নৈ নিজান ঘাট
এটি ঠিকনা হৃদয়ৰ আশা-নিৰাশা আৰু এটা জীৱনৰ হাঁহি - কান্দোনৰ।
Monday, 12 April 2021
হৃদয়-এখিলা উকা কাগজ
হৃদয়-এখিলা উকা কাগজ
শীতৰ লঠঙা ডাল,
প্ৰতাৰণাৰ মৰুভূৰ তপ্ত বলুকা!
প্ৰত্যাহ্বান মোৰ মৰণৰ
পাষাণ হৃদয়ৰ লজ্জাহীন মৰমৰ!
১৩০৪২১
০৯১৯পূ
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment